Welcome to all
জানিবলগীয়া
অনুভৱৰ কিছু কাব্যিকতা
১//##প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ## প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ,সংগোপনে প্ৰতিপাল কৰে এখন ঘৰ ৷শৈশৱত খেলা ৰজা-ৰাণীৰ ঘৰ-ঘৰ খেল,সপোনৰ বৰঘৰত যেন সেয়া আখৰাৰ মেল ৷মইনাই কয়, ঘৰটো তই সাজিলি, নে মই ?উহো তই সাজিলেও মই সজাইছোএইটো তোৰ মোৰ নহয় আমাৰ ঘৰ৷ যৌৱন পাই ঘৰটো ডাঙৰ হ’লবুকুৰ মাজৰ পঁজাটো সপোনৰ কাৰেংContinue reading “অনুভৱৰ কিছু কাব্যিকতা”
মোৰ অনুভৱৰ কবিতা
কবিতা লিখাৰ অভ্যাস তেনেই কম, কিমানদূৰ কাব্যিক হৈছে সেয়া পাঠকৰ হাতত ৷ মোৰ অনুভৱত যি আহে তাৰেই দুটি কবিতা ইয়াত সান্নিবিষ্ট কৰি ৰাখিলো৷ এক# নৈৰ পৰা সাগৰলৈ কিমান গভীৰ হ’লে হৃদয়খন সাগৰ কৰিব পাৰিকিমান বিশ্বাস হ’লে হাজাৰ চুনামিত শান্ত হৈ ৰ’ব পাৰি! বুকুৰ পাৰত ৰৈ আছো দুহাত দিগন্ত প্ৰসাৰিলোৱা, লোৱা মোক এবাৰ তোমাতে সামৰি ৷শান্তContinue reading “মোৰ অনুভৱৰ কবিতা”
Follow My Blog
Get new content delivered directly to your inbox.